মহাৰাষ্ট্ৰৰ ১৫ জন বিধায়কে গুৱাহাটীৰ পৰা ঘূৰি আহিব বিচাৰিছে : উদ্ধৱ-পুত্ৰ আদিত্য থাকৰেৰ দাবী
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট (Maharastra Political Crisis)ক কেন্দ্ৰ কৰি সকলোফালে এতিয়া উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ গুৱাহাটীত শিন্দে শিবিৰ (Shinde Camp)ৰ ...







