Supriya vs Kangana row : কঙ্গনা বিতর্কৰ ফল, নিৰ্বাচন আয়োগৰ জাননীৰ পিছত লোকসভাৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া
বুধবাৰে নির্বাচন আয়োগৰ (Election Commission) পৰা কাৰণ দৰ্শোৱাৰ জাননী লাভৰ পিছত বৃহস্পতিবাৰে কংগ্রেছৰ প্রার্থী তালিকাৰ পৰা বাদ পৰিল সুপ্রিয়া শ্রীনেট ...