Bangladeshi intrusion : বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্তত ঘঁৰিয়াল, সাপ মুকলি কৰিব বিএছএফে
পশ্চিম বংগলৈ বাংলাদেশীৰ অনুপ্ৰৱেশক (Bangladeshi intrusion) লৈ প্ৰায়েই ৰাজনৈতিক হুলস্থূল হয়। নিৰ্বাচনৰ পূৰ্বে এই সমস্যা লৈ হুলস্থূল তীব্ৰতৰ হয়। শাসন-বিৰোধী ...







