Loco Pilot : তিনি বছৰত প্ৰায় ৪০,০০০ খালী পদ সৃষ্টি, মাত্ৰ ১৫,০০০ লোকো-পাইলট নিযুক্তি : সংসদত ৰে’ল মন্ত্ৰী
বিগত তিনি বছৰত প্ৰায় ৪০,০০০ খালী পদ (40,000 vacant positions) সৃষ্টি হৈছে। অৱশ্যে, মাত্ৰ ১৫,০০০ লোকো-পাইলট নিয়োগ (Locomotive Pilot Recruitment) ...







