Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
সোমবাৰে জম্মু-কাশ্মীৰৰ (Jammu-Kashmir) মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা (Chief Minister Omar Abdullah)ই ৰাজ্যখনত হিন্দু পণ্ডিত (Hindu Pandit)সকলৰ বিৰুদ্ধে ধাৰাবাহিক ভাবুকিৰ প্ৰতি উদ্বেগ ...







