India China flight : ৬ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব দিল্লী-গুৱাংঝু বিমান সেৱা, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে ঘোষণা চীনা এয়াৰলাইনছৰ
ভাৰত আৰু চীনৰ মাজত যাত্ৰীবাহী বিমান ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। এইবাৰ পুনৰ আৰম্ভ হ’বলৈ গৈ আছে দিল্লী-গুৱাংঝু বিমান সেৱা ...







