Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
পশ্চিম এছিয়াৰ যুদ্ধই বিশ্বব্যাপী শক্তি সংকটৰ সৃষ্টি কৰিছে। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Modi)য়ে শক্তি নিয়ন্ত্ৰণৰ ওপৰত এক বিশেষ বাৰ্তা ...







