Noonmati-Dighlipukhuri flyover I ৰাজ্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ নুনমাটি-দীঘলীপুখুৰী ফ্লাই অভাৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
বহু বিতৰ্ক তথা প্ৰতিবাদকো নেওচি নতুন বছৰটোৰ প্ৰথম দিনটোত প্ৰস্তাৱিত নুনমাটি-দীঘলীপুখুৰী সংযোগী মণিৰাম দেৱান পথৰ ওপৰৰ উৰণ সেতুৰ শিলান্যাস (Foundation ...







