First transgender PG Doctor : দেশৰ প্ৰথমগৰাকী ৰূপান্তৰকামী পি জি চিকিৎসক হ’ল ৰুথ জন পল, যাবলগীয়া হৈছিল আদালত পৰ্যন্ত
এটা সময়ত তেওঁ পেটৰ ভাতমুঠি মোকলাবৰ কাৰণে কাম বিচাৰিবলগা হৈছিল। দুবেলা দুমুঠি যোগাৰ কৰিবলৈ সামৰ্থ্য নাছিল তেওঁৰ। ৰূপান্তৰকামী (Transgender) হিচাপে ...







