মাজুলী সর্বশিক্ষা অভিযানৰ উদ্যোগত মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়তে প্লাষ্টিক পৰিহাৰ সম্পৰ্কীয় সজাগতা আৰু সংকল্প অনুষ্ঠান
ASSAM TIMES POST গুৱাহাটী: সর্বশিক্ষা অভিযান, মাজুলীৰ উদ্যোগত আজি জিলাখনৰ সকলো নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত এবাৰ ব্যৱহার্য ...