Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
দিল্লীত (Delhi) পুনৰ ভাঙি পৰে আন এটা বহুমহলীয়া অট্টালিকা (building collapse)। বুধবাৰে বিয়লি পাঁচ মহলীয়া অট্টালিকাৰ সন্মুখৰ অংশ হঠাতে ভাঙি ...







