Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
ৰাজস্থানৰ জয়পুৰত পত্নী আৰু তিনিগৰাকী কন্যাৰ হত্যাকাণ্ডৰ ঘটনাত আৰক্ষীয়ে নতুন তথ্য লাভ কৰিছে। তদন্তকাৰীয়ে দাবী কৰিছে যে অভিযুক্তক জেৰা কৰাত ...







