Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হৈছে কাৰ্বি ধৰ্মীয় পুৰোহিতসকলৰ অনুষ্ঠান 'কাৰ্বি কুৰুছাৰ চিংৰুম আমেই'ৰ অষ্টম প্ৰতিষ্ঠা দিৱস। এই দিৱসত অংশগ্ৰহণ কৰি ...







