Cricket world cup 2023 : বিশ্বকাপৰ অন্তিম দিনটোত চকু বন্ধ কৰি ৰাখক অমিতাভ বচ্চনে, কিন্তু কিয়?
বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত (Wankhede Stadium in Mumbai) অনুষ্ঠিত হয় এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেল। ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে ...







