Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
গ্ৰীষ্ম প্ৰৱাহত ইউৰোপ জ্বলি আছে। এই বিষয়ে ইতিমধ্যে বাতৰি প্ৰকাশ হৈছে। এইবাৰ শিৰোনামালৈ আহিল আমেৰিকা (America)। খলনায়ক অত্যাধিক উত্তাপ (Heat ...







