Arunachal assembly election 2024 I অৰুণাচল বিধানসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনৰ দিশে মুখ্যমন্ত্ৰী খাণ্ডুসহ বিজেপিৰ চাৰি প্ৰাৰ্থী
নিৰ্বাচনৰ পূৰ্বেই অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি পাঁচগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ দিশে ...