Lok sabha elections 2024 I এনডিএ শিবিৰত আসন বিতৰণত অসন্তুষ্টি, কৰ্ণাটকত বিজেপি-জেডিএছ কৰ্মীৰ মাজত সংঘৰ্ষ
আসনক লৈ অসন্তুষ্টিৰ বাবে কৰ্ণাটকত (Karnataka) মুকলিকৈ ৰাজপথলৈ ওলাই আহিছে এনডিএৰ দুই অংশীদাৰ বিজেপি আৰু জেডিএছ। শনিবাৰে টুমকুৰৰ ৰাজপথত দুয়োটা ...