Supreme Court I ভাৰতত বৈধ হʼবনেকি সমলিংগৰ বিবাহ? পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত গোচৰ
এইবাৰ উচ্চতম ন্যায়ালয় (Supreme Court)ৰ ৫ জনীয়া ন্যায়াধীশ(five judge)ৰ সাংবিধানিক বিচাৰপীঠ (Bench)লৈ এই গোচৰ। ১৮ এপ্ৰিলত ৫জনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠত ...







