Sanchar Saathi App I সঞ্চাৰ সাথী এপ প্ৰি-ইনষ্টল কৰিবলৈ অসন্মত এপ’ল, সমাধান বিচাৰি বৈঠকৰ আহ্বান
স্মাৰ্টফোনত প্ৰি-ইনষ্টলেচনৰ বাবে ‘সঞ্চাৰ সাথী’ (Sanchar Sathi) এপটো বাধ্যতামূলক কৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰিবলৈ এপ'ল আৰু ছেমছাঙে ...







