গোলাঘাট জিলাৰ দণ্ডাধীশৰ নিৰ্দেশ । দেশৰ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলাখনত ১০ মে’ৰ পৰা অনুষ্ঠিত হ’ব লগীয়া সকলো সাংস্কৃতিক কাৰ্যসূচীৰ অনুমতি প্ৰত্যাহাৰ:
বর্তমানৰ সামগ্রিক পৰিস্থিতি আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ জিলা দণ্ডাধীশ পুলক মহন্তই এক নিৰ্দেশ যোগে ...