PM Modi I আমি টীম ইণ্ডিয়া হিচাপে যুঁজিব লাগিব, মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মোদীৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ আহ্বান
বুধবাৰে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰই সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi) সভাপতিত্বত বিভিন্ন ৰাজ্যৰ ...







