Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত
ৰাজ্যৰ বান পৰিস্থিতি (Assam Flood) সন্দৰ্ভত পুনৰ এবাৰ ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক কিছু কথা ব্যক্ত কৰে৷ ...








