Social Media I মতামত বিবেচনা কৰি দেশত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰিব তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে
সংসদত অর্থনৈতিক সমীক্ষাৰ প্রতিবেদনে ইতিমধ্যে ইংগিত দিছিল যে আন কেইবাখনো দেশৰ দৰে ভাৰততো ছ’চিয়েল মিডিয়া (Social Media) ব্যৱহাৰৰ বয়সৰ সীমা ...







