Same-sex marriage I ভাৰতত সমলিংগ বিবাহ বৈধ হʼবনেকি? গোচৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ
এইবাৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) গোচৰটো ৫জন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে। ১৮ এপ্ৰিলত ৫জনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠত শুনানি গ্ৰহণ ...







