Air Siren in Chandigarh I পুৱাতে পাটিয়ালা, চণ্ডীগড়ত বাজিল চাইৰেন, বিমান আক্ৰমণৰ আশংকাত ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ
চণ্ডীগড় আৰু পঞ্জাবৰ পাটিয়ালাত শুকুৰবাৰে পুৱাতে বাজি উঠে ‘এয়াৰ চাইৰেন’ (Air Siren) । প্ৰশাসনিক সূত্ৰই জনোৱা মতে, সম্ভাৱ্য আক্ৰমণৰ আশংকাত ...