Himalayan State I বিপদৰ আশংকা বৃদ্ধি হিমালয়ৰ ৰাজ্যত, ৪ শতাধিক হিমবাহ হ্ৰদৰ আকাৰ বিপজ্জনক স্তৰলৈ বৃদ্ধি
হিমালয় অঞ্চলৰ (Himalayan State) ৪০০ৰো অধিক হিমবাহ হ্ৰদৰ আকাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। ফলত দেশত দুৰ্যোগৰ আশংকাও বাঢ়িছে। শেহতীয়াকৈ কেন্দ্ৰীয় জল ...







