ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Himalayan State I বিপদৰ আশংকা বৃদ্ধি হিমালয়ৰ ৰাজ্যত, ৪ শতাধিক হিমবাহ হ্ৰদৰ আকাৰ বিপজ্জনক স্তৰলৈ বৃদ্ধি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 3, 2025
Reading Time: 1 min read
A A
0
Himalayan State I বিপদৰ আশংকা বৃদ্ধি হিমালয়ৰ ৰাজ্যত, ৪ শতাধিক হিমবাহ হ্ৰদৰ আকাৰ বিপজ্জনক স্তৰলৈ বৃদ্ধি

Oplus_131072

RELATED POSTS

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST

হিমালয় অঞ্চলৰ (Himalayan State) ৪০০ৰো অধিক হিমবাহ হ্ৰদৰ আকাৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। ফলত দেশত দুৰ্যোগৰ আশংকাও বাঢ়িছে। শেহতীয়াকৈ কেন্দ্ৰীয় জল আয়োগৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। একে সময়তে আয়োগে কয় যে এই হ্ৰদসমূহৰ ওপৰত নিৰন্তৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে।
শেহতীয়াকৈ জুন মাহত প্ৰকাশ পাইছিল হিমবাহ হ্ৰদ আৰু জলপৃষ্ঠৰ মাহেকীয়া প্ৰতিবেদন।

Himalayan State I
৪ শতাধিক হিমবাহ হ্ৰদৰ আকাৰ বিপজ্জনক স্তৰলৈ বৃদ্ধি:

সেই প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় জল আয়োগে কয় যে এই বিলসমূহ লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল প্ৰদেশত বিয়পি আছে। হিমবাহ হ্ৰদ এটলাছ ২০২৩ অনুসৰি ৬৮১ টা হিমবাহৰ হ্ৰদৰ ভিতৰত ৪৩২ টা ভাৰতত আছে। সেই হ্ৰদবোৰৰ আকাৰ বাঢ়িছে। ফলত হিমালয় অঞ্চলৰ ৰাজ্যসমূহত বিপদৰ আশংকা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১১ চনৰ পৰা ২০২৫ চনৰ জুন মাহৰ ভিতৰত দেশৰ হিমবাহৰ হ্ৰদৰ মুঠ আয়তন ৩০ শতাংশ বৃদ্ধি পাইছে। ১৯১৭ হেক্টৰৰ পৰা ২৫০৮ হেক্টৰলৈ বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ১৯৭টা এনে হ্ৰদ আছে।

লাডাখত ১২০ টা, জম্মু-কাশ্মীৰত ৫৭ টা, ছিকিমত ৪৭ টা, হিমাচল প্ৰদেশত ৬ টা আৰু উত্তৰাখণ্ডত ৫ টা আছে। মুঠতে চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত হিমালয় অঞ্চলৰ ১৪৩৫টা হিমবাহ হ্ৰদৰ আকাৰ বৃদ্ধি পাইছে।
হ্ৰদৰ আকাৰ বৃদ্ধি পোৱাৰ লগে লগে বিপদৰ সম্ভাৱনাও ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

সেয়েহে কেন্দ্ৰীয় জল আয়োগে এই হ্ৰদসমূহৰ পৰ্যবেক্ষণৰ বাবে বিশেষ ব্যৱস্থাৰ প্ৰয়োজন বুলি প্ৰস্তাৱ আগবঢ়াইছে। এনে ব্যৱস্থাও গঢ়ি তুলিব লাগে যাতে বিপদ ওচৰ চাপি অহা যেন অনুভৱ হ’লে আগতীয়াকৈ সতৰ্কবাণী দিব পৰা যায়, যাতে নিম্নভূমিৰ বাসিন্দাসকলক দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি।

উল্লেখ্য যে বিগত কেইবছৰমানৰ পৰা হিমালয়ৰ ৰাজ্যসমূহৰ দুৰ্যোগৰ ছবিখন যথেষ্ট সলনি হৈছে। সঘনাই ডাৱৰ বিস্ফোৰণ, ভূমিস্খলনৰ বাবে হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ডৰ দৰে ৰাজ্য বিধ্বস্ত হৈ পৰিছে।

পাহাৰৰ ঢালৰ পৰা নামি অহা ঢলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ধৰালীত শেহতীয়াকৈ যি ভয়ানক দুৰ্যোগৰ সৃষ্টি কৰিছিল, সেই ভয়ানক দুৰ্যোগৰ কাৰণ ডাৱৰ বিস্ফোৰণ। কিন্তু পুনৰ তথ্য পোহৰলৈ আহিছে যে এই আকস্মিক বানৰ সৃষ্টি হৈছে হিমবাহ গঠিত হ্ৰদৰ বিস্ফোৰণৰ ফলত। ২০১৩ চনত কেদাৰনাথত ঘটাৰ দৰে ঘটিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বিপজ্জনক স্তৰলৈ বৃদ্ধিবিপদৰ আশংকা বৃদ্ধি হিমালয়ৰ ৰাজ্যত৪ শতাধিক হিমবাহ হ্ৰদৰ আকাৰ
Share5Tweet3Send

Related Posts

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

by News Desk
October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
51
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
51
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d