বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ সৈতে সংগতি ৰাখি গণভোট : সংবিধান সংশোধনৰ পক্ষে ৫ কোটি, বিপক্ষে ২ কোটিৰ অধিক
সংবিধান সংশোধনৰ বাবে বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ সৈতে সংগতি ৰাখি এইবাৰ গণভোট অনুষ্ঠিত হৈছিল। সংবিধান সংশোধনৰ প্ৰস্তাৱত সন্মত হ'লে তেওঁলোকক 'হয়' ...







