Dinesh Trivedi I বাংলাদেশৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীনেশ ত্ৰিবেদীক পূৰ্ণ মন্ত্ৰীৰ মৰ্যাদা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে বাংলাদেশৰ নতুন ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীক (Dinesh Trivedi) কেবিনেট মন্ত্ৰীৰ (পূৰ্ণ মন্ত্ৰী) সমতুল্য মৰ্যাদা দিয়াৰ সিদ্ধান্ত ...







