World Boxing Cup Finals 2025: বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ ট্ৰিপল বিশ্বকাপ পদক বিজয়ীক পৰাস্ত কৰিলে অৰুন্ধতীয়ে, ফাইনেলত ৫ ভাৰতীয়
অৰুন্ধতী চৌধুৰীয়ে (Arundhati Chaudhury) ২০২৫ চনৰ বিশ্ব বক্সিং কাপ ফাইনেল ২০২৫ৰ অন্যতম আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়৷ ২০২৫ চনৰ বিশ্ব বক্সিং কাপৰ ...







