Delhi blast case । ১৭ নম্বৰ ছাত্ৰাবাসৰ ১৩ নম্বৰ কোঠাৰ পৰাই মুজাম্মিল বাহিনীয়ে বোমা আক্ৰমণৰ পৰিকল্পনা কৰিছিল
হাৰিয়ানা বিশ্ববিদ্যালয়ৰ ১৭ নম্বৰ ছাত্ৰাবাস। দিল্লী বিস্ফোৰণৰ (Delhi Blast) অন্যতম অভিযুক্ত ডাঃ মুজাম্মিল আহমেদে তাত এটা কোঠাত বাস কৰিছিল। ১৩ ...







