কাৰ্বি আংলং জিলাত ড’ ভুপেন হাজৰিকাৰ পুণ্যতিথিৰ উদযাপন সন্দৰ্ভত ডিফুত জিলা আয়ুক্তৰ সংবাদমেল ডিফু কাছা ষ্টেডিয়ামত 5 হাজাৰ শিল্পীয়ে মানৱ শৃংখল প্রদৰ্শন কৰিব
কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামত অহা 5 নৱেম্বৰত ভাৰত ৰত্ন ড' ভূপেন হাজৰিকাৰ (Dr Bhupen Hazarika) মৃত্যু বাৰ্ষিকী দিৱসটি ...







