Pahalgam Terror Attack I অপৰাধীয়ে শীঘ্ৰেই শক্তিশালী আৰু স্পষ্ট উত্তৰ পাব, পহেলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
পহেলগাম গণহত্যাৰ পিছত দেশৰ তিনিওটা শক্তিক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) বুধবাৰে আবেলি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। ...