Amit Shah I সন্ত্ৰাসবাদী নেটৱৰ্ক নিৰ্মূল কৰিবলৈ পলাতক অপৰাধীক দেশলৈ ঘূৰাই আনিবলৈ অমিত শ্বাহৰ নিৰ্দেশ
বিদেশলৈ পলাই যোৱা অপৰাধীক ভাৰতলৈ ঘূৰাই আনিব লাগিব। বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনত এই মন্তব্য কৰে কেন্দ্ৰীয় ...







