Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো উদ্দেশ্য নাই। ‘কক্ৰোচ জনতা পাৰ্টী’ৰ (Cockroach janata party) প্ৰতিষ্ঠাপক অভিজিৎ দীপকেয়ে মঙলবাৰে এই কথাৰ ইংগিত দিয়ে। ...







