ভাৰতত এক ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ : ৰাজধানীৰ সংবেদনশীল অঞ্চলত নিৰীক্ষণ তীব্ৰতৰ
পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই ভাৰতত এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। লালকিল্লা আকৌ সন্ত্ৰাসবাদীৰ লক্ষ্য। একে সময়তে, সন্ত্ৰাসবাদীয়ে পুৰণি ...







