বিশ্বকাপৰ পৰা নিলম্বিত হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ : দায়ী কৰিলে ইউনুছ চৰকাৰক
বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে (Bangladesh Cricket Board) (বিচিবি) বিশ্বকাপৰ পৰা নিলম্বিত হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ ...







