Chhattisgarh Maoist attack I ছত্তীশগড়ৰ চুকমাত মাওবাদীৰ বোমা বিস্ফোৰণত নিহত এ এছ পি, তিনি আৰক্ষী জোৱান গুৰুতৰভাৱে আহত
ছত্তীশগড়ৰ চুকমাত মাওবাদীয়ে স্থাপন (Chattisgarh Maoist Attack) কৰা আই ই ডি বিস্ফোৰণত মৃত্যু হয় চুকমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আকাশ ৰাও। ...







