Supreme Court of India : ৩ মাহৰ ভিতৰত কোনো বিধেয়কখনৰ সিদ্ধান্ত ল’ব লাগিব, ৰাষ্ট্ৰপতিক সময়সীমা বান্ধি দিলে ছুপ্ৰিম কোৰ্টে
দেশৰ ৰাষ্ট্ৰপতি (President of India)য়ে তিনিমাহৰ ভিতৰত (Within three months) যিকোনো বিধেয়ক সন্দৰ্ভ (Reference to any Bill)ত সিদ্ধান্ত ল’ব লাগিব ...







