Pahalgam terror attack I গাৰৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই বিধৱা হ’ল নৌসেনাৰ লেফটেনেণ্টৰ পত্নী, মৃতদেহক সাৱটি অন্তিম বিদায়
মঙলবাৰে ভূস্বৰ্গৰ ভূমিত পৰি আছে এজন যুৱক। তেওঁৰ কাষত হতভম্ব, শোক বিহ্বল আৰু নিৰ্বাকভাৱে বহি আছে এগৰাকী যুৱতী। তেওঁ নাজানে ...