PM Modi । মোদীৰ কাৰ্যকালত বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা, গৃহ মন্ত্ৰালয়ৰ অপৰাধ প্ৰতিবেদনত প্ৰকাশ
নৰেন্দ্ৰ মোদীৰ (PM Modi) প্ৰধানমন্ত্ৰী পদৰ দশকত (২০১৪-২৩) ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। এই তথ্য অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ...







