Operation Sindoor I কেৱল পাকিস্তানেই নহয়, ‘অপাৰেচন সিন্দুৰ’ত তিনি শত্ৰুৰ মুখামুখি হৈছে ভাৰত; সেনাপ্ৰধানৰ মুখত কোন এই দুই শত্ৰু
সীমান্ত একেটা, কিন্তু ‘শত্ৰু’ তিনিটা। ‘অপাৰেচন সিন্দুৰ’(Operation Sindoor)ৰ সময়ত ভাৰতে তিনি প্ৰতিপক্ষৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ...







