Artificial floods in Diphu : প্ৰৱল বৰষুণৰ ফলত ডিফুৰ বিভিন্ন ঠাইত কৃত্ৰিম বান, কৃত্ৰিম বানৰ বাবে চন্দ্ৰছিং টেৰণ হাই স্কুলত পাঠদান ব্যাহত
বৃহস্পতিবাৰে পুৱতি নিশা বিজুলী ঢেৰেকণিৰ সৈতে হোৱা প্ৰৱল বৰষুণ (Heavy rains)ৰ ফলত বৃহস্পতি বাৰে দিনৰ ১২ বজালৈকে কাৰবি আংলং জিলাৰ ...







