Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
দিল্লী চৰকাৰে সপ্তাহত দুদিন ‘ঘৰৰ পৰা কাম’ৰ (Work From Home) প্ৰথা প্ৰৱৰ্তন কৰিছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ইন্ধনৰ ...







