Tribal Woman Assulted in Odisha I আদিবাসী যুৱতীক অত্যাচাৰ কৰি মুখত ভৰাই দিলে মানুহৰ বিষ্ঠা, ওড়িশাত মধ্যযুগীয় বৰ্বৰতা
ওড়িশাত এগৰাকী আদিবাসী (Tribal Woman Assault) যুৱতীক নিৰ্মম অত্যাচাৰ। কেৱল শাৰীৰিক অত্যাচাৰেই নহয়, মানুহৰ বিষ্ঠাও খাবলৈ বাধ্য কৰায়। আদিবাসী যুৱতীগৰাকীয়ে ...







