Scuba diving I স্কুবা ডাইভিঙৰ সময়ত হেৰুৱালে নিয়ন্ত্ৰণ, মুম্বাইৰ প্ৰযুক্তিবিদৰ জীৱন ৰক্ষা কৰিলে এপ’ল ঘড়ীয়ে
শেহতীয়াকৈ ছিংগাপুৰত স্কুবা ডাইভিঙৰ (Scuba diving) সময়তে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছিল। যদিও পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ...







