Pahalgam attack anniversary I পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকী উপলক্ষে বৈছাৰণকে ধৰি ৩৯ পৰ্যটনস্থলী মুকলি, প্ৰধানমন্ত্ৰীৰ কঠোৰ বাৰ্তা
পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ (Pehelgam Attack) বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত পৰ্যটকসকলক ...







