Iran India relations । ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ ফোনযোগে বাৰ্তালাপ, হৰমুজৰ মাজেৰে মুক্তভাৱে যাতায়াতত গুৰুত্ব
ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Iran India relations) ফোনযোগে কথা পাতে। দুয়োপক্ষই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ...







