Israel attack on Iran I আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ সৰ্বোচ্চ নেতা খামেইনি, ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা তেহৰানৰ
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনি আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত হোৱা বুলি তেহৰানে নিশ্চিত কৰিছে। ইৰাণৰ চৰকাৰী ...







