Iran war I ইজৰাইল কেন্সাৰ সদৃশ দেশ, নেতানিয়াহুৰ কঠোৰ বাৰ্তাৰ পিছতে বিতৰ্কিত পোষ্ট মচিলে পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে
নীৰৱতা ভংগ কৰিলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। বৃহস্পতিবাৰে তেওঁ ছ’চিয়েল মিডিয়াত ইজৰাইলক ‘কেন্সাৰ’ৰ সৈতে তুলনা কৰি এটা পোষ্ট দিছিল। ...







